সেউজীয়া মন | Xeujiya Mon | কথা/সুৰ/কণ্ঠঃ জুবিন গাৰ্গ | Lyricist/Music/Singer : Zubeen Garg | এলবামঃ ৰং (২০০৪) | Album : Rong (2004) |

(সেউজীয়া মন সেউজীয়া প্ৰাণ
সেউজীয়া যৌৱন সেউজীয়া গান) ×২
সেউজীয়া দিন মোৰ সেউজীয়া নিশা
প্ৰতিটো প্ৰহৰ আজি ফুল
(ফুল ফুল ফুল...)
সেউজীয়া মন সেউজীয়া প্ৰাণ
সেউজীয়া যৌৱন সেউজীয়া গান


(তোমাৰ প্ৰেৰণা আজি প্ৰভাতে প্ৰভাতে
তোমাৰ প্ৰেৰণা আজি তেজে তেজে) ×২
(এন্ধাৰো লুকাই চকুত তোমাৰ) ×২
বিয়পাই পোহৰ সোণালী
সেউজীয়া মন সেউজীয়া প্ৰাণ
সেউজীয়া যৌৱন সেউজীয়া গান
সেউজীয়া দিন মোৰ সেউজীয়া নিশা
প্ৰতিটো প্ৰহৰ আজি ফুল
(ফুল ফুল ফুল...)

(তোমাৰ তুলনা দিব আকাশে-বতাহে
তোমাৰ তুলনা দিব ফুলে-পাতে) ×২
(মোৰ মন মাথোঁ আছে জুৰি) ×২
তোমাৰ মনৰ প্ৰীতি
সেউজীয়া মন সেউজীয়া প্ৰাণ
সেউজীয়া যৌৱন সেউজীয়া গান
সেউজীয়া দিন মোৰ সেউজীয়া নিশা
প্ৰতিটো প্ৰহৰ আজি ফুল
(ফুল ফুল ফুল...)
(সেউজীয়া মন সেউজীয়া প্ৰাণ
সেউজীয়া যৌৱন সেউজীয়া গান)... ×৪





(Xeujiya mon xeujiya pran
Xeujiya zubon xeujiya gaan) ×2
Xeujiya din mur xeujiya nikha
Protitu prohor aji phul
(Phul phul phul...)
Xeujiya mon xeujiya pran
Xeujiya zubon xeujiya gaan

(Tumar prerona aji provate provate
Tumar prerona aji teje teje) ×2
(Endharu lukai sukut tumar) ×2
Biyopai  puhor xunali
Xeujiya mon xeujiya pran
Xeujiya zubon xeujiya gaan
Xeujiya din mur xeujiya nikha
Protitu prohor aji phul
(Phul phul phul...)


(Tumar tulona dibo akakhe-botahe
Tumar tulona dibo phule-paate) ×2
(Mur mon mathu ase juri) ×2
Tumar monor priti
Xeujiya mon xeujiya pran
Xeujiya zubon xeujiya gaan
Xeujiya din mur xeujiya nikha
Protitu prohor aji phul
(Phul phul phul...)
(Xeujiya mon xeujiya pran
Xeujiya zubon xeujiya gaan)... ×4
Jems R

Jems R is a skilled developer with expertise in multiple projects. Jems is committed to delivering exceptional results, and his dedication and passion for his work are evident in all that he does. instagram facebook

Post a Comment

Previous Post Next Post