Angarag Mahanta

 ংগৰাগ পাপন মহন্ত অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী। তেওঁ অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত কণ্ঠদান কৰিছে। এককভাৱে কণ্ঠদান কৰাৰ উপৰিও তেওঁ “ইষ্ট ইণ্ডিয়া কোম্পানী” নামৰ এক সংগীত গোষ্ঠী (বেণ্ড)-ৰ লগতো জড়িত। তেওঁ ১৯৭৬ চনৰ ২৪ নৱেম্বৰত জন্মগ্ৰহণ কৰে৷ অংগৰাগ মহন্তৰ পিতৃ-মাতৃ আছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী খগেন মহন্ত আৰু অৰ্চনা মহন্ত৷

Angarag Mahanta



Jems R

Jems R is a skilled developer with expertise in multiple projects. Jems is committed to delivering exceptional results, and his dedication and passion for his work are evident in all that he does. instagram facebook

Post a Comment

Previous Post Next Post