বিলত তিৰেবিৰাই | Bilot tirebirai podumor pahi oi lyrics

গীতৰ কুলি ⵓ বিলত তিৰেবিৰাই

কণ্ঠশিল্পী ⵓ  অনিন্দিতা পাল

সংগীত ⵓ ৰমেন চৌধুৰী

গীতিকাৰ ⵓ কমলানন্দ ভট্টাচাৰ্য

সুৰকাৰ ⵓ কমলানন্দ ভট্টাচাৰ্য


Bilot Tirebirai lyrics :


বিলত তিৰেবিৰাই

পদুমৰ পাহি ঐ

পাতত তিৰেবিৰাই পানী

ৰ’দত তিৰেবিৰাই

জিঞাৰে পাখি ঐ

ফুলনীত ফুলৰে ৰাণী

বিলত তিৰেবিৰাই

পদুমৰ পাহি ঐ

পাতত তিৰেবিৰাই পানী

ৰ’দত তিৰেবিৰাই

জিঞাৰে পাখি ঐ

ফুলনীত ফুলৰে ৰাণী


🎶🎶🎶🎶🎶🎶🎶🎶🎶


এন্ধাৰত জিলিকে জোনাকী পৰুৱা

আকাশত জিলিকে জোন

এন্ধাৰত জিলিকে জোনাকী পৰুৱা

আকাশত জিলিকে জোন

ক’লাকৈ ডাৱৰত বিজুলী জিলিকে

হিয়াত মোৰ জিলিকে কোন

ক’লাকৈ ডাৱৰত বিজুলী জিলিকে

হিয়াত মোৰ জিলিকে কোন

বিলত তিৰেবিৰাই

পদুমৰ পাহি ঐ

পাতত তিৰেবিৰাই পানী

ৰ’দত তিৰেবিৰাই

জিঞাৰে পাখি ঐ

ফুলনিত ফুলৰে ৰাণী


🎶🎶🎶🎶🎶🎶🎶🎶🎶


কলিজাত যিকুৰা জ্বলে ঐ জিয়া জুই

জিলিকে তাতো ঐ কেঁচা সোণ

কলিজাত যিকুৰা জ্বলে ঐ জিয়া জুই

জিলিকে তাতো ঐ কেঁচা সোণ

হ’বনে এনেদিন বাজিব ভগা বীণ

হিয়াত মোৰ জ্বলিব পূৰ্ণিমাৰ জোন

মোৰ হ’বনে এনেদিন বাজিব ভগা বীণ

হিয়াত মোৰ জ্বলিব পূৰ্ণিমাৰ জোন

বিলত তিৰেবিৰাই

পদুমৰ পাহি ঐ

পাতত তিৰেবিৰাই পানী

ৰ’দত তিৰেবিৰাই

জিঞাৰে পাখি ঐ

ফুলনিত ফুলৰে ৰাণী

ফুলনিত ফুলৰে ৰাণী

ফুলনিত ফুলৰে ৰাণী

Jems R

Jems R is a skilled developer with expertise in multiple projects. Jems is committed to delivering exceptional results, and his dedication and passion for his work are evident in all that he does. instagram facebook

Post a Comment

Previous Post Next Post