Moi pahari suwali | Mousumi Sahariya | Hridip Sarma | Mrinal Kanti

Song : Moi pahari suwali

Singer : Mousumi Sahariya, Hridip Sarma

Lyrics : Mrinal Kanti

Album : Nachu Nachu Lage Mon

Language : Assamese

Moi Pahari Suwali Lyrics


অ’... অ’... অ’...

লা লা লা লা ...


মই পাহাৰী ছোৱালী

বনৰ কেতেকী

উলাহতে নাচি-বাগি কৰোঁ ধেমালি

উলাহতে নাচি-বাগি কৰোঁ ধেমালি

নাচোনৰ তালে তালে নিজৰাটি বৈ আহে

কুলুকুলু সুৰেৰে হিয়া উপচি পৰে

পাতৰ আঁৰে মিঠা ৰ’দে

কিনো কয় কাণে কাণে

পাতৰ আঁৰে মিঠা ৰ’দে

কিনো কয় কাণে কাণে

মই পাহাৰী ছোৱালী

বনৰ কেতেকী

উলাহতে নাচি-বাগি কৰোঁ ধেমালি

উলাহতে নাচি-বাগি কৰোঁ ধেমালি



ৰিণিকি ৰিণিকি শুনো

দূৰৈৰ মিঠা বাঁহীৰ সুৰ...

ৰিণিকি ৰিণিকি শুনো

দূৰৈৰ মিঠা বাঁহীৰ সুৰ...

শুকুলা ডাৱৰে সানি দিলে

তাতে মৰমবোৰ

সেই সুৰে চুমা আঁকে

কোমলকৈ হিয়াখনিত মোৰ...

সেই সুৰে চুমা আঁকে

কোমলকৈ হিয়াখনিত মোৰ...

অ’... অ’... অ’...

লা লা লা লা ...


জোনাক ভৰা আকাশখনিত

আছে তৰা উপচি...

জোনাক ভৰা আকাশখনিত

আছে তৰা উপচি...

নিজানতে মোকে দেখি

মাতিছে হাত বাউলি

মনে মনে কিনো ক’লে

একোকে নাপালোঁ বুজি

মনে মনে কিনো ক’লে

একোকে নাপালোঁ বুজি

মই পাহাৰী ছোৱালী

বনৰ কেতেকী

উলাহতে নাচি-বাগি কৰোঁ ধেমালি

উলাহতে নাচি-বাগি কৰোঁ ধেমালি

নাচোনৰ তালে তালে নিজৰাটি বৈ আহে

কুলুকুলু সুৰেৰে হিয়া উপচি পৰে

পাতৰ আঁৰে মিঠা ৰ’দে

কিনো কয় কাণে কাণে

পাতৰ আঁৰে মিঠা ৰ’দে

কিনো কয় কাণে কাণে

মই পাহাৰী ছোৱালী

বনৰ কেতেকী

উলাহতে নাচি-বাগি কৰোঁ ধেমালি

উলাহতে নাচি-বাগি কৰোঁ ধেমালি

অ’... অ’... অ’...

লা লা লা লা ...

Jems R

Jems R is a skilled developer with expertise in multiple projects. Jems is committed to delivering exceptional results, and his dedication and passion for his work are evident in all that he does. instagram facebook

Post a Comment

Previous Post Next Post