Sandhiya Parat Mon Akashot | Lyrics : Nirupa Roy Baruah | Tune : Bishnu Jyoti Baruah | Artist : Sonu Nigam | Assamese Song |

সন্ধিয়া পৰত মন আকাশত
সন্ধিয়া পৰত মন আকাশত
নানা ভাবৰ খেলা
সন্ধিয়া পৰত মন আকাশত
নানা ভাবৰ খেলা
হিয়াই হিয়াই হকা-বকা লগা
হিয়াই হিয়াই হকা-বকা লগা
উতলা ফাগুনৰ মেলা
উতলা ফাগুনৰ মেলা
সন্ধিয়া পৰত মন আকাশত
নানা ভাবৰ খেলা
হিয়াই হিয়াই হকা-বকা লগা
উতলা ফাগুনৰ মেলা
উতলা ফাগুনৰ মেলা

কাণে কাণে কোনে ক’লে
ফাগুনে দিলে বতৰা
হিয়াৰ ছবি আঁকি দিলে
নানা ৰঙী আবিৰসনা
অ’ ফাগুন (অ’ ফাগুন)
অ’ ফাগুন (অ’ ফাগুন)

হিয়াই হিয়াই মৰম দিয়াই
হিয়াই হিয়াই মৰম দিয়াই
উতলা ফাগুনৰ মেলা
উতলা ফাগুনৰ মেলা
সন্ধিয়া পৰত মন আকাশত
সন্ধিয়া পৰত মন আকাশত
নানা ভাবৰ খেলা
হিয়াই হিয়াই হকা-বকা লগা
উতলা ফাগুনৰ মেলা
উতলা ফাগুনৰ মেলা

তথাপি হাঁহিলে ফাগুনে
মনৰে সুৰ বিলোৱাই
মোৰ এই মনটি কঁপায়ে
ফাগুনে দিলে পচোৱাই
তথাপি হাঁহিলে ফাগুনে
মনৰে সুৰ বিলোৱাই
মোৰ এই মনটি কঁপায়ে
ফাগুনে দিলে পচোৱাই

হিয়াই হিয়াই মৰম দিয়াই
হিয়াই হিয়াই মৰম দিয়াই
উতলা ফাগুনৰ মেলা
উতলা ফাগুনৰ মেলা
সন্ধিয়া পৰত মন আকাশত
সন্ধিয়া পৰত মন আকাশত
নানা ভাবৰ খেলা
সন্ধিয়া পৰত মন আকাশত
নানা ভাবৰ খেলা
হিয়াই হিয়াই হকা-বকা লগা
হিয়াই হিয়াই হকা-বকা লগা
উতলা ফাগুনৰ মেলা
উতলা ফাগুনৰ মেলা
উতলা ফাগুনৰ মেলা
উতলা ফাগুনৰ মেলা
Jems R

Jems R is a skilled developer with expertise in multiple projects. Jems is committed to delivering exceptional results, and his dedication and passion for his work are evident in all that he does. instagram facebook

Post a Comment

Previous Post Next Post