১৯৩০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা :
১৯৪০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা :
১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
| বৰ্ষ | ছবি | পৰিচালক | প্ৰযোজক | মুক্তিৰ তাৰিখ |
|---|---|---|---|---|
| ১৯৩৫ | জয়মতী | জ্যোতিপ্ৰসাদ আগৰৱালা | জ্যোতিপ্ৰসাদ আগৰৱালা | ১০ মাৰ্চ |
| ১৯৩৯ | ইন্দ্ৰমালতী | জ্যোতিপ্ৰসাদ আগৰৱালা | জ্যোতিপ্ৰসাদ আগৰৱালা |
| বৰ্ষ | ছবি | পৰিচালক | প্ৰযোজক | মুক্তিৰ তাৰিখ |
|---|---|---|---|---|
| ১৯৪১ | মনোমতী | ৰোহিনী কুমাৰ বৰুৱা | কমল নাৰায়ণ চৌধুৰী | ৩ এপ্ৰিল |
| ১৯৪১ | ৰূপহী | পাৰ্বতি প্ৰসাদ বৰুৱা | পাৰ্বতি প্ৰসাদ বৰুৱা | ৬ চেপ্টেম্বৰ |
| ১৯৪৭ | বদন বৰফুকন | কমল নাৰায়ণ চৌধুৰী | গৌৰ গোস্বামী | ১৫ এপ্ৰিল |
| ১৯৪৮ | ছিৰাজ | ফণী শৰ্মা | চিত্ৰাৱলী পিকচাৰ্চ লিমিটেড | ১৬ জানুৱাৰী |
| ১৯৪৯ | পাৰঘাট | প্ৰবীন ফুকন | গন্ধৰ্ব | ৫ আগষ্ট |
| বৰ্ষ | ছবি | পৰিচালক | সংগীত পৰিচালক | মুক্তিৰ তাৰিখ |
|---|---|---|---|---|
| ১৯৫০ | বিপ্লৱী | অসিত সেন | শিৱ ভট্টাচাৰ্য | ১৬ জানুৱাৰী |
| ১৯৫২ | ৰুণুমী | সুৰেশ চন্দ্ৰ গোস্বামী | দৰ্প নাথ শৰ্মা | |
| ১৯৫৪ | সতী বেউলা | সুনীল গাংগুলী | ভূপেন হাজৰিকা | ৮ জানুৱাৰী |
| ১৯৫৫ | নিমিলা অংক | লক্ষ্যধৰ চৌধুৰী | পুৰুষোত্তম দাস | ১৬ চেপ্টেম্বৰ |
| পিয়লী ফুকন | ফণী শৰ্মা | ভূপেন হাজৰিকা | ২ ডিচেম্বৰ | |
| ১৯৫৬ | সৰাপাত | আনোৱাৰ হুছেইন | মুকুল বৰুৱা | ৩০ মাৰ্চ |
| স্মৃতিৰ পৰশ | নিপ বৰুৱা | ব্ৰজেন বৰুৱা | ৬ এপ্ৰিল | |
| লখিমী | ভবেন দাস | ব্ৰজেন বৰুৱা | ২৮ চেপ্টেম্বৰ | |
| এৰা বাটৰ সুৰ | ভূপেন হাজৰিকা | ভূপেন হাজৰিকা | ৩০ নবেম্বৰ | |
| ১৯৫৭ | মাক আৰু মৰম | নিপ বৰুৱা | ব্ৰজেন বৰুৱা | ১০ মে |
| ধুমুহা | ফণী শৰ্মা | ভূপেন হাজৰিকা | ২৭ চেপ্টেম্বৰ | |
| ১৯৫৮ | ৰঙা পুলিচ | নিপ বৰুৱা | নিজাম | ৪ এপ্ৰিল |
| নতুন পৃথিৱী | আনোৱাৰ হুছেইন | মুকুল বৰুৱা | ৪ জুলাই | |
| ৰাজেশ্বৰ বৰদলৈ | ||||
| ভক্ত প্ৰহ্লাদ | নিপ বৰুৱা | ব্ৰজেন বৰুৱা | ১৪ নবেম্বৰ | |
| ১৯৫৯ | কেঁচা সোণ | ফণী শৰ্মা | ভূপেন হাজৰিকা | ২৯ মাৰ্চ |
| চাকনৈয়া | শৈল বৰুৱা | মুকুল বৰুৱা | ৪ চেপ্টেম্বৰ | |
| পূবেৰুণ | প্ৰভাত মুখাৰ্জী | তাৰিকুদ্দিন আহমেদ | ১৮ চেপ্টেম্বৰ | |
| পুৱতি নিশাৰ সপোন | ফণী শৰ্মা | ভূপেন হাজৰিকা | ২ অক্টোবৰ | |
| আমাৰ ঘৰ | নিপ বৰুৱা | ব্ৰজেন বৰুৱা | ৪ ডিচেম্বৰ |
Tags:
Collection
