আৰু নবজাবি বীণ বাটৰুৱা | Aru nobojabi bin batoruwa lyrics

আৰু নবজাবি বীণ বাটৰুৱা
নবজাবি তোৰ বীণ বাটৰুৱা
নবজাবি তোৰ বীণ
আৰু নবজাবি বীণ বাটৰুৱা
নবজাবি তোৰ বীণ বাটৰুৱা
নবজাবি তোৰ বীণ
নাই তোৰ এতিয়া
সপোন সুৰীয়া
নাই তোৰ এতিয়া
সপোন সুৰীয়া
তাহানিৰ সোণালী দিন
তাহানিৰ সোণালী দিন
আৰু নবজাবি
বীণ বাটৰুৱা

নবজাবি তোৰ বীণ বাটৰুৱা
নবজাবি তোৰ বীণ
জীৱনৰ হাততে
কৰিলি বেহানি
হেৰুৱালি তোৰ মূল...
হেৰুৱালি তোৰ মূল,
হাততে
কৰিলি বেহানি
বেহেনি হেৰুৱালি তোৰ মূল..
হেৰুৱালি তোৰ মূল ৷

বীণখনি বাই 
কি হ’ব বিনালে 
বীণখনি বাই
কি হ’ব বিনালে
ইযে তোৰ জীৱনৰ ভুল...
ইযে তোৰ জীৱনৰ ভুল...
বকুল তলৰ
 সমাধি চাই
বকুল তলৰ...
বকুল তলৰ 
সমাধি চাই...
নবজাবি বাটৰুৱা...
নবজাবি বাটৰুৱা...
নবজাবি তোৰ বীণ বাটৰুৱা
নবজাবি তোৰ বীণ
আৰু নবজাবি
বীণ বাটৰুৱা
নবজাবি তোৰ বীণ বাটৰুৱা
নবজাবি তোৰ বীণ
নাই তোৰ এতিয়া
সপোন সুৰীয়া
নাই তোৰ এতিয়া
সপোন সুৰীয়া
তাহানিৰ সোণালী দিন
তাহানিৰ সোণালী দিন
আৰু নবজাবি
বীণ বাটৰুৱা
নবজাবি তোৰ
বীণ বাটৰুৱা
নবজাবি তোৰ বীণ
নবজাবি তোৰ বীণ
Jems R

Jems R is a skilled developer with expertise in multiple projects. Jems is committed to delivering exceptional results, and his dedication and passion for his work are evident in all that he does. instagram facebook

Post a Comment

Previous Post Next Post